গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা

RAIJOR BARTA September 01, 2026


 

জামুগুৰিহাটৰ কুসুমটোলাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২

নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল ছুইফট বাহন, কথমপি প্ৰাণৰক্ষা এজনৰ

ৰাইজৰ বাৰ্তা | জামুগুৰিহাট, ১ ছেপ্টেম্বৰ

জামুগুৰিহাটৰ কুসুমটোলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিয়ন্ত্ৰণ হেৰুৱাই এখন ছুইফট বাহন পথৰ পৰা বাগৰি গৈ দ খাৱৈত পৰাৰ ফলত দুজন লোকৰ থিতাতে মৃত্যু ঘটে।

জানিব পৰা মতে, দুৰ্ঘটনাৰ সময়ত ছুইফট বাহনখনত মুঠ তিনিগৰাকী লোক আছিল। হঠাৎ বাহনখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা নামি গৈ দ খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাহনখনত থকা দুজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়।

Share this article

Facebook Twitter