গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

ডোমৰ দলং আদৰ্শ বিদ্যালয়ত আন্তঃ ৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস আৰু ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন ।

RAIJOR BARTA September 09, 2026

 ডোমৰ দলং আদৰ্শ বিদ্যালয়ত আন্তঃ ৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস আৰু ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন ।


সাক্ষৰতাৰ জৰিয়তে জ্ঞানৰ পোহৰ বিলোৱাৰ আহ্বান।

৮ চেপ্তেম্বৰ মঙ্গলবাৰে

চৰাইদেউ জিলাৰ ডোমৰ দলং চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত দিন জোৰা কাৰ্যসূচীৰে  চৰাইদেউ জিলা সাক্ষৰতা অভিযান প্ৰাধিকৰণৰ উদ্যোগত উদযাপন কৰা হয়। 

উক্ত সাক্ষৰতা অভিযানৰ সভাত সভাপতিত্ব কৰে বিদ্যালয়ৰ অধ্যক্ষ নৰেন গগৈয়ে।সভাত বিশিষ্ট অতিথি চৰাইদেউ বিদ্যালয় সমূহৰ পৰিদৰ্শক পলাশ কাকতি, শিক্ষক লেখক চন্দ্ৰ গগৈ, প্ৰাক্তন পৰ্যৱেশক  প্ৰবীন বৰা উপস্থিত থাকে।

শেষত জাতীয় সংগীতেৰে সভাৰ কাৰ্যসূচী সামৰণি পৰে।

অন্যহাতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম বাৰ্ষিকি উপলক্ষে বিদ্যালয়ে সুধাকণ্ঠৰ জন্মদিন পালন কৰে।

মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট।

Share this article

Facebook Twitter