গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

বৰক্ষেত্ৰীৰ ডিৰুৱাত চাঞ্চল্যকৰ ঘটনা

RAIJOR BARTA September 17, 2026

  


বৰক্ষেত্ৰীৰ ডিৰুৱাত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ৰাইজৰ বাৰ্তা 

বৰক্ষেত্ৰীৰ ডিৰুৱাত চাঞ্চল্যকৰ ঘটনা। অঞ্চলটোত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ। তাজেৰ আলী নামৰ লোকজনৰ ঘৰৰ পিছফালে পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো।

স্থানীয় লোকৰ দৃষ্টিগোচৰ হোৱাৰ পাছতে ঘটনাস্থলীত চাঞ্চল্যৰ সৃষ্টি হয়। পিছত আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

বৰ্তমানলৈকে মৃতদেহটোৰ পৰিচয় নিশ্চিত হোৱা নাই। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। মৃতদেহটো কেনেদৰে পানীত আহি পৰিল, সেয়া তদন্তৰ পাছতহে স্পষ্ট হ’ব।

Share this article

Facebook Twitter